April 19, 2025 9:07 PM
ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ওলগ
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্...