ডাউনলোড
মোবাইল এপ

android apple
signal

March 31, 2025 11:17 AM

দুদিনীয়া ভ্ৰমণসূচীৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আজি সন্ধিয়া মুম্বাইলৈ যাত্ৰা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুদিনীয়া ভ্ৰমণসূচীৰে আজি সন্ধিয়া মুম্বাইত উপস্থিত হব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ মুম্বাইত অনুষ্ঠিত হবলগীয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰীয়া জয়ন্তী উদয...