December 9, 2024 9:08 PM
মানৱাধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে কাইলৈ নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সম্বোধন কৰিব
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে কাইলৈ মানৱাধিকাৰ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে নতুন দিল্লীত আয়োজন কৰা অনুষ্ঠানক সম্বোধন কৰিব। প্ৰতি বছৰে ১০ ডিচেম্বৰত উদযাপন কৰা মানৱাধ�...