February 24, 2025 12:56 PM
কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা প্ৰেক্ষাগৃহ মুকলি প্রমোদ বড়োৰ
বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৱে কালি চিৰাং জিলাৰ সদৰ কাজলগাঁৱত ছহিদ সুজিৎ নাৰ্জাৰীৰ সোঁৱৰণীত নতুনকৈ নিৰ্মাণ কৰা এটা প্ৰেক্ষাগৃহ মুকলি কৰে। বি টি আৰ চুক্তি অনুসৰি প্ৰতিটো পৰ...