October 6, 2024 11:48 AM

তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ কেন্দ্ৰীয় শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশী

কেন্দ্ৰীয় নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি তিনিদিনীয়া ভ্রমণসূচীৰে জাৰ্মানীলৈ যাব। ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে হেমবার্গ স্থায়ী বিকাশ সন্মিলনত ভাগ ল'ব। শ...