June 19, 2024 12:46 PM
কালিৰে পৰা ডাকঘৰ আইন, ২০২৩ প্ৰযোজ্য
ডাকঘৰ আইন, ২০২৩ কালিৰে পৰা প্ৰযোজ্য হৈছে। এই আইনখনে ১৮৯৮ চনৰ ভাৰতীয় ডাকঘৰ আইনৰ ঠাই লৈছে। নতুন আইনখন অনুসৰি চৰকাৰে দেশৰ সুৰক্ষা আৰু ৰাজহুৱা শৃংখলাকে ধৰি কেতবোৰ বিশেষ কাৰণত ভাৰতীয় ডাক বিভা...