October 9, 2024 7:10 PM

ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে অসম ডাক পৰিমণ্ডলৰ ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন

অসম ডাক পৰিমণ্ডলে ডাক সেৱা, জন সেৱা শীৰ্ষক বিষয়বস্তুৰে ৰাষ্ট্ৰীয় ডাক সপ্তাহ পালন কৰিছে। অহা ১১ অক্টোবৰলৈ চলিবলগীয়া ডাক সপ্তাহ সন্দৰ্ভত অসম পৰিমণ্ডলৰ ডাক সেৱাৰ সঞ্চালক অভিষেক জৈনে কয় ...