April 9, 2025 8:17 PM
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ পোষণ পষেক ২০২৫ উদযাপন
মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে পৰিপুষ্টিৰ সজাগতা, স্বাস্থ্য সজাগতা আৰু সামুহিক সৱলীকৰণৰ বাবে পোষণ পষেক ২০২৫ উদযাপন কৰিছে। এই পষেক পোষণ অভিযান ২.০ৰ অংশ। যাৰ উদ্দেশ্য হৈছে ব্যক্তিগত আৰু স...