May 25, 2024 4:57 PM

ৰাষ্ট্ৰপতি মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ৰ ভোটাধিকাৰ সাব্যস্ত

◊ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ...

May 25, 2024 4:58 PM

ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ

◊ লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ চলি আছে। এই পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৮টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ ১৪টা, হাৰিয়ানাৰ ১০, বি...

May 18, 2024 11:20 PM

৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

♦ অহা ৪ জুনত ৰাজ্যখনৰ ১৪টা সমষ্টিৰ বাবে অনুষ্ঠিত নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্রস্তুতিৰ বুজ ল'বলৈ বৈঠকত ম...

May 18, 2024 10:11 PM

২০ মে’ত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৪৯টা সমষ্টিত ভোটগ্রহণ

◊ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি সামৰণি পৰে। এই পৰ্যায়ত অহা ২০ মে'ত ৪৯টা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হ'ব। পঞ্চম পৰ্যায়ৰ প্ৰচাৰৰ সামৰণিৰ প্ৰাকক্ষণত আজি ৰাজ...

May 17, 2024 5:38 PM

লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ত ২৫ মে’ত আৰু সপ্তম পৰ্যায়ত অহা ১ জুনত ৫৭ টা সমষ্টিত ভোটগ্রহণ

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্রয়াস চলাইছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯ট...

May 17, 2024 5:28 PM

আজি সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন

সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন। এই পৰ্যায়ত সাতখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিৰ বাবে ১ জুনত ভোটগ্ৰহণ কৰা হ'ব। সপ্তম তথা অ...

May 17, 2024 5:20 PM

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটৰ সমাবেশৰ আয়োজন

মুম্বাইৰ বান্দ্ৰা-কুলা কমপ্লেক্স গ্রাউণ্ডত আই এন ডি আই মিত্রজোঁটে আজি সমাবেশৰ আয়োজন কৰিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খাৰ্গে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, এন চি...

May 11, 2024 8:19 PM

বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ কেজৰিৱালৰ

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালে আজি বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীকেজৰিৱালে কয় যে, বিজেপিয়ে নানা ভুৱা অভিযোগেৰে আম আদম...

May 11, 2024 8:17 PM

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সৰ্বমুঠ ৬৫.৬৮ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ভিতৰত প্ৰায় ৬৬.৮৯ শতাংশ মহিলা, ৬৪.৪১ শতাংশ পুৰুষ আৰু ২৫.০২ শতাংশ তৃতীয় লিংগৰ ভোটাৰ আ...

May 11, 2024 7:50 PM

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ বিয়লি ৫ বজাত সামৰণি

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি ৫ বজাত প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ...