September 12, 2024 1:43 PM
ভাৰত মণ্ডপমত এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত প্রধানমন্ত্ৰী মোদীয়ে অংশগ্রহণ কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অসামৰিক বিমান পৰিবহণ সম্পৰ্কীয় এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বিতীয়খন মন্ত্রী সন্মিলনত অংশগ্রহণ কৰিব। সন্মিলনত প্...