September 11, 2024 12:02 PM

গ্ৰাম্য গৃহ নিৰ্মাণৰ উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্যৰে PMAY-G 2.0 আৰম্ভ

■ অসমত ১৫ ছেপ্টেম্বৰত ১,৭১,৫৯৩ জন হিতাধিকাৰীয়ে লাভ কৰিব গৃহ অনুমোদন ■ দেশৰ গ্ৰাম্য উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰে সমগ্ৰ দেশতে অতিৰিক্ত ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্যৰে প্ৰধা...