September 23, 2024 11:58 AM

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলৰ ২ লাখৰো অধিক আবেদন লাভ

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত অসমত এ পি ডি চি এলে দুই লাখৰো অধিক আবেদন লাভ কৰিছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যথেষ্ট ৰাজসাহায্য আগবঢ়োৱাৰ বাবে সৌৰশক্তি আহৰণ কৰাটো অধিক সুলভ হৈ পৰাৰ ব...