August 23, 2024 1:06 PM
প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যে যোৰহাটত সজাগতা সভা
অসম শক্তি বিতৰণ কোম্পানী লিমিটেড, যোৰহাটৰ উদ্যোগত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহ প্ৰেক্ষাগৃহৰ সভাকক্ষত প্রধানমন্ত্ৰী সূৰ্য ঘৰঃ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দ...