ডাউনলোড
মোবাইল এপ

android apple
signal

March 30, 2025 5:52 PM

নাগপুৰত উপস্থিত প্রধানমন্ত্ৰী মোদীঃ ভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মহাৰাষ্ট্ৰৰ নাগপুৰত উপস্থিত হৈছে। তাত তেওঁ স্মৃতি মন্দিৰ দৰ্শন কৰাৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক ড° কেশৱ হেডগেৱাৰ আৰু মাধৱৰাও গলৱাকাৰৰ প...

March 7, 2025 7:54 PM

জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে জন ঔষধী দিৱসে এখন স্বাস্থ্যকৰ ভাৰতৰ লক্ষ্য নিশ্চিত কৰাৰ উদ্দেশ্যে জনসাধাৰণক উৎকৃষ্ট মানৰ আৰু সুলভ ঔষধ প্ৰদানৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰে। জন ঔষধী ...

January 1, 2025 3:26 PM

উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰাৰ বাবে সেউজ সেনাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰত হৈছে প্ৰতিভাৰ শক্তিকেন্দ্ৰ, যিয়ে উদ্ভাৱন আৰু সাহসিকতাৰ প্রদর্শনেৰে অসংখ্য লোকক অনুপ্রাণিত কৰে। এই ক্ষেত্ৰত তেওঁ সেউজ সেনাৰ উদাহৰণ ডাঙি ধৰি তেওঁ...

January 1, 2025 2:04 PM

যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি

কেন্দ্ৰীয় চৰকাৰে দেশৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ উদ্দেশ্যে উদ্ভাৱন, দক্ষতা বিকাশ, উদ্যমিতা আৰু প্রযুক্তিগত বিকাশৰ বাবে ভালেমান আঁচনি আৰু কাৰ্যসূচী মুকলি কৰিছে। বিগত ১০ বছৰত নৰেন্দ্ৰ মোদী চ...

October 21, 2024 7:40 PM

ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰতে গোলকীয় ভৱিষ্যৎ গঢ়াৰ দিশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। তেওঁ কয় যে, দেশে সকলো ক্ষেত্ৰতে এক অভূতপূৰ্ব স্তৰত আগবাঢ়ি আছে। এটা ব্যক্তিগত সংবাদ আ...

August 31, 2024 8:12 PM

প্রধানমন্ত্ৰী মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৯ চেপ্তেম্বৰত ২১ সংখ্যক পশুধনৰ পিয়ল কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো প্রস্তুতি অব্যাহত আছে। দক্ষিণ শালমাৰা মানক...

August 31, 2024 6:07 PM

মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈছে, কিন্তু সম্প্ৰতি এই আইনসমূহ অধিক সক্ৰিয় কৰি তোলাৰ প্ৰয়োজনঃ প্রধানমন্ত্ৰী

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, সমাজত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ আৰু শিশুৰ সুৰক্ষা চিন্তানীয় বিষয় হৈ পৰিছে। তেওঁ কয় যে, মহিলাৰ সুৰক্ষাৰ বাবে দেশত বহুতো কঠোৰ আইন প্ৰণয়ন কৰা হৈ...

August 21, 2024 2:16 PM

পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা হৈছে। আজি সন্ধিয়া শ্রীমোদী পোলেণ্ডত উপস্থিত হ'ব। তেওঁ জামছাহে...

July 20, 2024 8:05 PM

প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮,৬০০ কোটি টকাৰ ঋণ বিতৰণ হৈছে

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী জে পি নাড্ডাই কৈছে যে, প্রধানমন্ত্ৰীৰ স্ব-নিধি আঁচনি আৰম্ভ কৰাৰে পৰা পদপথৰ ব্যৱসায়ীসকলৰ মাজত প্ৰায় ৮ হাজাৰ ৬০০ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে। নতুন দিল্...

July 6, 2024 5:55 PM

ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত প্রধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড০ শ্যামাপ্রসাদ মুখাৰ্জীৰ জয়ন্তীত আজি শ্ৰদ্ধাৰে নেতাগৰাকীক সোঁৱৰণ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্ট...