March 11, 2025 4:51 PM
দুদিনীয়া ভ্রমণসূচীৰে মৰিচাছত উপস্থিত প্রধানমন্ত্ৰী মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া ভ্রমণসূচী লৈ আজি পুৱা দ্বীপ ৰাষ্ট্ৰ মৰিচাছত উপস্থিত হয়। দেশখনৰ প্ৰধানমন্ত্ৰী নৱীচন্দ্ৰ ৰামগুলামে শ্ৰী মোদীক বিমান বন্দৰত আদৰণি জনায়। মৰিচাছৰ প�...