December 26, 2024 8:32 PM
চৰকাৰে যুৱ শক্তিক সৱলীকৰণ কৰাৰ উদ্দেশ্যে আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিশ্বই যুৱ শক্তিৰ বাবে আশা আৰু আকাংক্ষাৰে ভাৰতলৈ চাইছে। নতুন দিল্লীত আজি আয়োজিত বীৰ শিশু দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে কয় যে চৰকাৰে যু...