ডাউনলোড
মোবাইল এপ

android apple
signal

May 20, 2024 12:58 PM

সুযোগ, পৰিমাপ, গতি আৰু দক্ষতা যেতিয়া মিলিত হয়, তেতিয়া দেশে বহুখিনি সাফল্য অর্জন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ চৰকাৰৰ সৰ্বাধিক গুৰুত্বৰ বিষয় হৈছে সুশাসন। এটা টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, চৰকাৰে ৰে'ল ব্যৱস্থাৰ আধুনিকীকৰণৰ লগত...

May 20, 2024 12:55 PM

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি বিহাৰলৈ ৰাওনা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্র মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে বিহাৰলৈ যাব। আজি সন্ধিয়া শ্রীমোদী পাটনাত উপস্থিত হৈ দুটা পৃথক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰাজধানী চহৰখনত ...

May 17, 2024 12:36 PM

নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, নির্বাচন আয়োগ বিশ্বৰ বাবে বিস্ময়কৰ সংস্থা। দিল্লীৰ এটা সংবাদ গোষ্ঠীক কালি দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, বিশ্বৰ সন্মুখত নিজৰ নিদৰ্শনমূল...

May 13, 2024 10:51 AM

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত

দেশৰ বিভিন্ন ঠাইত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি পশ্চিমবংগৰ হুগলীত অনুষ্ঠিত এখন নির্বাচনী প্ৰচ...

May 11, 2024 8:30 PM

সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ

♦লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে। এই পৰ্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৬টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ অনুষ্ঠিত ...

May 11, 2024 2:26 PM

কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিবঃ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা ৪ জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত বিৰোধী দল হিচাপেই ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধাম...

May 10, 2024 7:48 PM

দেশত লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ ব্যাপক প্ৰচাৰ অভিযান

লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। এই পৰ্য্যায়ৰ বাবে কাইলৈ প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্য্যায়ত সোমবাৰে দেশৰ ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ...

May 10, 2024 5:44 PM

ধৰ্মৰ ভিত্তিত সংৰক্ষণেৰে কংগ্ৰেছে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্রধানমন্ত্ৰীৰ অভিযোগ

কংগ্ৰেছ দলে ধৰ্মৰ ভিত্তিত সংৰক্ষণ ব্যৱস্থাৰ আৰম্ভণিৰে সংবিধান পৰিৱৰ্তন কৰিবলৈ বিচৰা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অভিযোগ উত্থাপন কৰিছে। এটা ব্যক্তিগত বাতৰি চেনেলত দিয়া সাক্ষাৎ...

May 9, 2024 5:25 PM

মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে, মহাৰাণা প্রতাপৰ জীৱনট...

May 9, 2024 5:17 PM

বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয...