January 12, 2025 6:42 PM
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ
ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে অনুষ্ঠানত এখন প্ৰদৰ্শনী পৰিদৰ্শন ক...