September 22, 2024 8:25 PM

ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আমেৰিকা ভ্ৰমণৰ আজি প্ৰথম দিনা ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ সন্মিলন আৰু কেইবাখনো উচ্চস্তৰীয় দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰে...

September 22, 2024 6:38 PM

কোৱাড শীৰ্ষ সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গোলকীয় বিকাশ, শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী স্পষ্ট কৰাৰ  মঞ্চ প্ৰদান কৰিলেঃ বিদেশ সচিব বিক্রম মিশ্রি

বিদেশ সচিব বিক্রম মিশ্রিয়ে অলপতে অনুষ্ঠিত কোৱাড শীৰ্ষ সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকসমূহৰ গুৰুত্বত আলোকপাত কৰি কয় যে, এই সন্মিলনে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোলকীয় বিকাশ, শান্তি আ...

September 22, 2024 6:32 PM

কোৱাড সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আলবানেজক সাক্ষাৎ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱিলমিংটনত অনুষ্ঠিত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ ষষ্ঠ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী আ...

September 22, 2024 11:07 AM

কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, কোৱাড ৰাষ্ট্ৰগোষ্ঠী স্বতন্ত্র, মুক্ত আৰু সমৃদ্ধিশালী ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰী মোদীয়ে আমেৰিকা যুক্...