October 29, 2024 12:11 PM
নতুন দিল্লীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য খণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে ১২ হাজাৰ ৮৫০ কোটি টকাৰো অধিক ধন ব্যয় সাপেক্ষ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল...