January 10, 2025 9:13 PM
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনত বিকশিত ভাৰতৰ বাবে সকলো সমস্যাৰ সমাধান হোৱাটো বিচাৰে। তেওঁ সকলো চৰকাৰী আঁচনি সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰকৃত ৰূপ বুলি অভিহিত কৰি আঁচনিস...