September 22, 2024 11:02 AM

ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ভাৰতে ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাষ্ট্ৰসমূহলৈ ৪০ নিযুত পালি প্রতিষেধক আগবঢ়াব। কোৱাড শীৰ্ষ সন্মিলনৰ সময়তে কৰ্কট ৰোগ নিয়ন্ত্ৰণৰ সৈতে জড়িত এটা ...