September 1, 2024 12:45 PM

মঙলবাৰে তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ তিনিদিনীয়া ভ্রমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰত্নধীৰ...