February 16, 2025 9:03 PM
ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰত টেক্স-২০২৫ অনুষ্ঠানত সমবেত লোকসকলক স...