September 15, 2024 11:51 AM

তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি তিনিদিনীয়া কাৰ্যসূচীৰে ঝাৰখণ্ড, গুজৰাট আৰু ওড়িশা ভ্ৰমণলৈ যাব। শ্ৰী মোদীয়ে আজি ঝাৰখণ্ডলৈ যাব আৰু জামছেদপুৰৰ টাটা নগৰ ৰে'লৱে ষ্টেচনৰ পৰা টাটা নগৰ-পাট...