October 4, 2024 6:31 PM
মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া, বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদানত প্ৰধানমন্ত্ৰীৰ আনন্দ প্ৰকাশ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰাঠী, পালী, প্ৰাকৃত, অসমীয়া আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্রী মোদীয়ে কয...