February 5, 2025 1:02 PM
প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত চৰকাৰে দেশৰ খেতিয়কলৈ ৩ লাখ কোটিৰো অধিক টকা আগবঢ়াইছেঃ ৰামনাথ ঠাকুৰ
চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ অধীনত সমগ্ৰ দেশৰ খেতিয়কসকললৈ ৩ লাখ কোটিৰো অধিক টকা আগবঢ়াইছে। কৃষি আৰু কৃষক কল্যাণ ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে কালি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰ...