February 3, 2025 8:25 PM
পি এম ইণ্টাৰ্ণশ্বিপ আঁচনিৰ অধীনত এতিয়ালৈ দেশত ৬ লাখতকৈ অধিক লোকৰ আবেদন
যোৱা বছৰৰ ৩ অক্টোবৰত পি এম ইণ্টাৰ্ণশ্বিপ আঁচনি মুকলি হোৱাৰ পাছত এতিয়ালৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৬ লাখতকৈ অধিক লোকে আবেদন জনোৱা বুলি চৰকাৰে আজি প্ৰকাশ কৰিছে। লোকসভাত এটা লিখিত উত্তৰত কো ...