September 12, 2024 1:40 PM
প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত কেন্দ্রীয় কেবিনেটৰ অনুমোদন
কেন্দ্রীয় কেবিনেটে ২০২৪-২৫ৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী গ্ৰাম্য ছড়ক যোজনাৰ চতুর্থ পৰ্যায় ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন দিছে। এই আঁচনিৰ ...