February 15, 2025 7:41 PM
নতুন দিল্লীত ভাৰত-টেক্স ২০২৫ প্ৰদৰ্শনীত কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত ভাৰত-টেক্স ২০২৫ প্ৰদৰ্শনীত কাইলৈ ভাগ ল'ব। এই সুযোগতে শ্রী মোদীয়ে এটা সমাৱেশক সম্বোধন কৰিব। ১৭ ফেব্ৰুৱাৰীত এই প্ৰদৰ্শনীৰ সামৰণি পৰি...