April 4, 2025 11:38 AM
থাইলেণ্ডৰ ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত ষষ্ঠ বিমস্টেক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে বিমস্টেক-সমৃদ্ধিশালী, স্থিতিস্থাপক গুণসম্পন্ন আৰু মুকল...