March 20, 2025 7:55 PM
সংসদৰ উভয় সদনৰ কামকাজ আজি দিনটোৰ বাবে স্থগিত
লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ প্ৰস্তাৱিত পুনৰ নিৰ্ধাৰণ বিষয়টো সন্দৰ্ভত ডি এম কে আৰু অন্যান্য বিৰোধী সাংসদসকলে কৰা প্ৰতিবাদৰ মাজতে আজি সাংসদৰ উভয় সদনৰ কামকাজ দিনটোৰ বাবে স্থগিত ৰখা হ...