September 8, 2024 9:12 PM

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি

পেৰিছ পেৰালিম্পিকৰ আজি নিশা সামৰণি পৰিব। ভাৰতে এইবাৰৰ সংস্কৰণত ৭ টা সোণ, ৯ টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদকেৰে ষষ্ঠদশ স্থান লাভ কৰিছে। পেৰা অলিম্পিকৰ ইতিহাসত এয়া ভাৰতৰ সর্বশ্রেষ্ঠ প...

September 7, 2024 9:16 PM

পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা

নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যম...

September 7, 2024 8:03 PM

পেৰিছ-পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ২৭টা পদক লাভেৰে বৰ্তমানলৈকে সৰ্বাধিক পদক লাভৰ গৌৰৱ অৰ্জন

ভাৰতে পেৰিছ-পেৰালিম্পিকত বৰ্তমানলৈকে ২৭টা পদক লাভ কৰি এতিয়ালৈ অলিম্পিকৰ একেটা সংস্কৰণতে সৰ্বাধিক পদক লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰে ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক। হাই জাম্পাৰ ...

September 6, 2024 8:43 PM

পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ’ৰ শিতানত ভাৰতৰ প্রবীণ কুমাৰৰ সোণৰ পদক অৰ্জন

ভাৰতৰ প্রবীণ কুমাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ হাইজাম্পৰ টি ছিক্সটি ফ'ৰ শিতানত সোণৰ পদক অৰ্জন কৰিছে। প্রবীণে আজি ফাইনেলত ২ দশমিক ০-৮ মিটাৰৰ নতুন অভিলেখেৰে শীৰ্ষ স্থান দখল কৰে। আমেৰিকা যুক্...

September 5, 2024 8:38 PM

পেৰিছ পেৰালিম্পিকত অষ্টম দিনত ভাৰতৰ পেৰা এথলিটসকলৰবিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে

পেৰিছ পেৰালিম্পিকৰ আজি অষ্টম দিনা ভাৰতৰ পেৰা এথলিটসকলে শ্বুটিং, আৰ্চাৰী, এথলেটিক্‌ছ, পাৱাল লিফটিং আৰু জুড’ৰ বিভিন্ন শিতানসমূহত প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। আৰ্চাৰ হৰবিন্দ সিং আৰু পূজা ক...

September 4, 2024 7:50 PM

পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ’ৱাৰ শচীন খিলাৰীৰ ৰূপৰ পদক অৰ্জন

পেৰিছ পেৰালিম্পিকত ভাৰতৰ শ্বটপুট থ্ৰ'ৱাৰ শচীন খিলাৰীয়ে পুৰুষৰ শ্বটপুট এফ -46 ফাইনেলত ১৬ দশমিক ৩-২ মিটাৰ থ্ৰ'ৰে ৰূপৰ পদক লাভ কৰে। শুটিঙত ৰুদ্ৰাংশ খান্দেলৱাল আৰু নিহাল সিং মিক্সড ৫০ মিটাৰ পিষ...