August 6, 2024 9:17 PM

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্...

August 6, 2024 7:57 PM

পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ ভাৰতৰ ৱিনেশ ফোগত

ভাৰতৰ ৱিনেশ ফোগতে আজি ইউক্রেইনৰ অ'কছানা লিভাচক ৭-৫ ফলাফলত পৰাস্ত কৰি পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰিষ্টাইল শিতানৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ৱিনেশ ভাৰতীয় সময...

August 6, 2024 1:32 PM

অলিম্পিকত আজি ভাৰতীয় খেলুৱৈসকলে হকী, এথলেটিকছ, টেবুল টেনিছ আৰু মল্লযুদ্ধৰ বিভিন্ন শিতানত প্ৰতিদ্বন্দ্বিতা

মহিলাৰ টেবুল টেনিছৰ দলীয় ইভেণ্টত কালি ভাৰতৰ মণিকা বাটা, শ্ৰীজা আকুলা আৰু অৰ্চনা কামাথে প্রি-কোৱাৰ্টাৰ ফাইনেলত ৰোমানিয়াৰ মহিলা দলক ৩-২ত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে ব...

August 5, 2024 12:36 PM

পেৰিচ অলিম্পিকত আজি লক্ষ্য সেন মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতীৰ্ণ

চলিত পেৰিচ অলিম্পিকৰ আজি দশম দিনটোত ভাৰতৰ বেডমিণ্টন খেলুৱৈ লক্ষ্য সেনে ব্ৰঞ্জৰ পদক জয়ৰ লক্ষ্যৰে মালয়েছিয়াৰ জি জিয়া লীৰ বিৰুদ্ধে অৱতাৰ্ণ হ'ব। সমগ্ৰ ভাৰতীবাসীৰ আশাৰ দৃষ্টি থাকিবলগীয়...

August 3, 2024 2:28 PM

পেৰিছ অলিম্পিক আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব

পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব। শুটিঙত মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতান...

August 2, 2024 6:52 PM

পেৰিছ অলিম্পিকত আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকৰ সপ্তম দিনা আজি আৰ্চাৰ অংকিতা ভকত আৰু ধীৰাজ বোম্মাদেবাৰা দলীয় মিক্সড শিতানত ইণ্ডোনেছিয়াক ৫-১ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেল খেলাৰ যোগ্যতা অৰ্জন কৰে। পুৰুষৰ হক...

August 2, 2024 5:53 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্...

August 2, 2024 2:54 PM

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ'বলগীয়া পুল মেটচত অংশগ্...

August 2, 2024 12:13 PM

ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে অলিম্পিকত আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব

চলিত পেৰিছ অলিম্পিকত ইতিমধ্যে দুটা পদক জয় কৰি ইতিহাস গঢ়া ভাৰতৰ মহিলা শ্বুটাৰ মনু ভাকৰে আজি তৃতীয়টো পদক লাভৰ লক্ষ্যৰে পুনৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব। মহিলাৰ ২৫ মিটাৰ পিষ্টল শাখাত আজি দিন...

August 2, 2024 8:01 AM

পেৰিছ অলিম্পিকত বেডমিণ্টনত পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ লক্ষ্য সেন চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ ভাৰতৰ লক্ষ্য সেন আজি পেৰিছ অলিম্পিকৰ সপ্তম দিনা বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে এইবাৰৰ অলিম্পিকত দুটাকৈ পদক বিজয়ী ...