February 11, 2025 9:04 PM
ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে পেৰিছত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতা
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নির্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্স...