February 21, 2025 11:07 AM
দোহাত অনুষ্ঠিত চতুর্দশ এছিয়ান স্নুকাৰ প্ৰতিযোগিতাত পংকজ আদৱানীৰ খিতাপ দখল
পংকজ আদৱানীয়ে দোহাত অনুষ্ঠিত চতুর্দশ এছিয়ান স্নুকাৰ প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছে। খেলুৱৈগৰাকীয়ে এই জয়ৰ সুবাদত একেটা ক্রীড়াবৰ্ষত ৰাষ্ট্ৰীয়, এছিয়ান আৰু বিশ্ব স্নুকাৰ চেম্পিয়নশ্...