April 12, 2025 9:11 PM
পঞ্চায়ত নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহৰ আজি পৰীক্ষণ, প্রার্থিত্ব প্ৰত্যাহাৰ অন্তিম দিন ১৭ এপ্ৰিল
পঞ্চায়ত নিৰ্বাচনৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্ত পৰাৰ পাছত আজি মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ হৈছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ২৪টা জিলা পৰিষদৰ ৩ গৰাকী প্ৰাৰ্থী আৰু ১৩৯টা আঞ্চলিক প...