May 29, 2024 12:09 PM

ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফৰ স্বীকাৰ

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী নৱাজ শ্বৰীফে ইছলামাবাদে ১৯৯৯ চনত ভাৰতৰ সৈতে এখন চুক্তি উলংঘা কৰা বুলি স্বীকাৰ কৰিছে। পাকিস্তান মুছলীম লীগ, পি এম এল-এনৰ সাধাৰণ পৰিষদৰ বৈঠকত কালি তেওঁ এই ...