July 14, 2024 12:30 PM
পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান অবৈধ বিবাহ গোচৰত দোষমুক্ত
পাকিস্তানৰ ৰাজধানী ইছলামাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্রীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবা...