April 1, 2024 12:47 PM

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণহানি

পাকিস্তানৰ খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বিভিন্ন অংশত বর্ষাজনিত ঘটনাত ৮টি শিশুকে ধৰি কমেও ১০ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে ১২ জন লোক আঘাতপ্রাপ্ত হৈছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে...