February 23, 2025 11:57 AM
প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কৰ পৰা কৃষি বিভাগৰ সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা
ৰাজ্যৰ কৃষি বিভাগে তৃতীয়বাৰৰ বাবে প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কসকলৰ পৰা সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে। অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, অসম খাদ্য আৰু অসামৰ...