December 15, 2024 12:00 PM
বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা
অসম চৰকাৰৰ বিত্ত বিভাগৰ উদ্যোগত অৰুণোদয় পষেক আঁচনিৰ অধীনত আজিৰে পৰা ২৮ ডিচেম্বৰলৈ নিৰপেক্ষ আৰু স্বচ্ছ প্ৰক্ৰিয়াৰে যোগ্য বিবেচিত পৰিয়ালসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। বিত্তীয়...