April 16, 2025 1:18 PM
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ৰ অ’ এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আৱণ্টন
পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয়ে অ'পেন এক্জে লাইচেন্সিং পলিচী চমুকৈ অ' এ এল পিৰ অধীনত নৱম পৰ্যায়ৰ নিলাম প্ৰক্ৰিয়াত ১ লাখ ৩৬ হাজাৰ বৰ্গকিলোমিটাৰতকৈ অধিক অঞ্চলত ২৮টা ব্লক আবণ্...