September 21, 2024 7:23 PM
চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বাবে ১৫ লাখ কোটি টকাৰ আবণ্টনঃ এল মুৰুগান
কেন্দ্ৰীয় তথ্য, সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে কয় যে প্রধানন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ চৰকাৰে তৃতীয়টো কাৰ্যকালৰ প্ৰথম ১০০ দিনত জনকল্যাণমূলক আঁচনিৰ বা...