March 18, 2025 12:59 PM
২০২৮ চনত অলিম্পিকত বক্সিং খেলক অন্তৰ্ভুক্ত কৰাত অনুমোদন আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ
আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে ২০২৮ চনত লছ এঞ্জেলছত হ'বলগীয়া অলিম্পিকত বক্সিং খেলক অন্তৰ্ভুক্ত কৰাত অনুমোদন জনাইছে। যোৱা মাহত কমিটীখনে বিশ্ব বক্সিং সংস্থাক অস্থায়ী স্বীকৃতি প্ৰদ...