March 2, 2025 12:03 PM
চৰকাৰে ১৫ বছৰ বা ইয়াৰ অধিক পুৰণি বাহনসমূহ চিনাক্ত কৰাৰ বাবে তেল ডিপো সমূহত যন্ত্ৰ স্থাপন কৰিব
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে দিল্লী চৰকাৰে ১৫ বছৰ পুৰণি বাহনসমূহত ৩১ মাৰ্চৰ পাছত তেল ডিপোত ইন্ধন যোগান নধৰাৰ সিদ্ধান্ত লৈছে। দিল্লীৰ পৰিৱেশ মন্ত্ৰী মনজিন্দৰ...