January 27, 2025 2:51 PM
উমৈহতীয়া পেন্সন আঁচনি কাৰ্যকৰীৰ বাবে আনুষ্ঠানিক জাননী জাৰি
কেন্দ্ৰীয় চৰকাৰে উমৈহতীয়া পেন্সন আঁচনি অর্থাৎ ইউ পি এছ কাৰ্যকৰী কৰাৰ বাবে শেহতীয়াকৈ আনুষ্ঠানিক জাননী জাৰি কৰিছে। অহা ১ এপ্ৰিলৰ পৰা এই আঁচনি কাৰ্যকৰী হ'ব। চৰকাৰে যোৱা বছৰৰ আগষ্টত ৰাষ্ট...