May 11, 2024 11:16 AM

নতুন দিল্লীত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠিত কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক সম্পন্ন

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্য বাহিনীৰ পঞ্চমখন বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায়। এই বৈঠকত পৰ্যটন বিকাশৰ বাবে সামর্থ বিকাশ, প্ৰশিক্ষণ নীতি, বিপণ...