October 10, 2024 8:24 PM

দক্ষিণ কোৰিয়াৰ সাহিত্যিক হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ নবেল বঁটা

দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙলৈ ২০২৪ বৰ্ষৰ সাহিত্যৰ ন'বেল বঁটা আগবঢ়োৱা হৈছে। লেখিকাগৰাকীক কাব্যাত্মক গদ্যৰ বাবে এই সন্মানেৰে বিভূষিত কৰা হৈছে। তেওঁ লিখা কেইখনমান প্ৰসিদ্ধ গ্ৰন্থৰ ভিত...