July 31, 2024 8:05 PM
নিৰ্ভয়া পুঁজিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত ৭ হাজাৰ ২১২ কোটি ৮৫ লাখ টকা আৱণ্টন
চৰকাৰে নিৰ্ভয়া পুঁজিৰ অধীনত ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ৭ হাজাৰ ২১২ কোটি ৮৫ লাখ টকা আৱণ্টন দিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূর্ণা দেৱীয়ে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকা...